What Does Assamese synonyms Mean?

অকাৰণতে, অনাহকত, অবাবত, অযথা, বিনা কাৰণত, বিান কাৰণে৷

অমিতভাষিতা, প্রগলভতা, ফাজিলামি, বহুবল্কিতা, বহুভাষিতা৷

অগনি-কালিকা, অগ্নি-স্ফুলিংগ, অগ্নিকণা, অগ্নিকলাই, স্ফুলিংগ৷

অজ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷

অধিকাৰ, গৰাকী, নাথ, পতি, মনিব, মালিক, স্বত্বাধিকাৰ, স্বত্বাধিকাৰী, স্বামী৷

অগ্নিমান্দ্য, পেটৰ অসুখ, বদহজম, মন্দাগ্নি৷

অবিদ্যা, কছবী, কামলেখা, কামৰেকা, ক্ষণবধূ, ক্ষুদ্ৰা, গণিকা, গোসৰ্পিকা, জনপদবধূ, তিৰী, দেহোপজীৱিনী, ধৰ্ষিণী, নগৰনটী, নটিনী, নটী, নাটেশৰী, পণাংগনা, পণ্যাংগনা, পতিতা, প্ৰেষণী, পৰপুষ্ট, বাৰনাৰী, বাৰবধূ, বাৰবনিতা, বাৰাংগনা, বাৰেপৈয়াতী, বেশ্যা, মাগী, যৌনকৰ্মী, লজ্জিকা, সঞ্চাৰিকা, স্পৰ্শা, হট্টবিলাসিনী, ৰণ্ডা, ৰতায়নী, ৰাজহী ৰাজহী, ৰাণ্ডী, ৰুণ্ডিকা, ৰূপাজীৱা, ৰূপোপজীৱিনী, ৰেণ্ডী৷

অটুট, নিখুঁত, নিঘুণী, নিদাগ, সৰ্বাংগসুন্দৰ৷

অকুপ্য, অগ্নিবীজ, অগ্নিভ, অগ্নিৰেতঃ, কনক, কলধূত, কাঞ্চন, কৰ্বুৰ, চামীকৰ৷ দ্ৰৱিণ, নিষ্ক, পিঞ্জন, পুৰট, মহাধাতু, সুৱৰ্ণ, সোণ, সোণা, স্বৰ্ণ, হাটক, হিৰণ, হিৰণ্য, হেম, ৰুক্ন৷

অচ্যুত, অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অলস, কানীয়া, খাই-গাহৰি, গাইৰা, দীৰ্ঘসূত্ৰী, ধোদ, ৰিহাকুৰীয়া, সোৰোপা৷

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

অভিহত, আঘাতপ্রাপ্ত, উপহত, here ঘাইল, জখম, সমাহত৷

অমসৃণ, অসম, ওখ-চাপৰ, ওখোৰা-মোখোৰা, বন্ধুৰ, বিষম৷

Leave a Reply

Your email address will not be published. Required fields are marked *